1. Appreciating someone's photo
(কাৰোবাৰ ফটোৰ প্ৰশ্ংসা কৰা)
a. That is a terrific photo! Who clicked it?
(এইখন ফটো বহুত ভাল লাগিছে!কোনে তুলিছে?)
b. Wow! You look stunning. (if the photo is of a female).
(যদি কোনো মহিলাৰ ফটো হয় তেন্তে ক’ব পাৰি যে - (বাহ! তোমাক ধুনীয়া দেখিছে!)
c. You look amazing. Great picture!
(তোমাক অপৰূপ দেখা গৈছে. বহুত ধুনীয়া ফটো!)
d. Nice shot! You are a very talented photographer.
(বহুত ধুনীয়া ফটো!তুমি বহুত ভাল ফটোগ্ৰাফাৰ. )
e. That place looks incredible! Amazing picture!
(সেই ঠাইডোখৰ অপূৰ্ব দেখা গৈছে!বিস্ময়কৰ ফটো!)
2. Wishing on someone's birthday
(কাৰোবাৰ জন্মদিনত শুভেচ্ছা জনোৱা)
a. Wish you a very Happy Birthday! Have a great day, and a great year ahead.
(আপোনাক জন্মদিনৰ বহুত শুভেচ্ছা যাচিলো ! আপোনাৰ দিন আৰু গোটেই বছৰ ভাল হওঁক. )
b. If you are late in wishing: Belated birthday wishes. I am sorry that I missed wishing you yesterday.
যদি আপুনি শুভেচ্ছা জনোৱাত পলম হয় তেন্তে এইদৰে ক’ব পাৰি: আপোনাৰ হৈ যোৱা জন্মদিনৰ শুভেচ্ছা যাচিলো. মই যোৱাকালি আপোনাক শুভেচ্ছা জনাব পাহৰিলো, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী.
3. Thanking someone
(কাৰোবাক ধন্যবাদ জনোৱা)
a. Thank you so much for the wishes!
(শুভেচ্ছা জনোৱা বাবে আপোনাক ধন্যবাদ!)
b. Thanks a lot for your compliments!
(অভিনন্দন যঁচাৰ বাবে ধন্যবাদ!)
c. Thank you for your support. It means a lot to me.
(আপোনাৰ সহায়ৰ বাবে অশেষ ধন্যবাদ. ই মোৰ বাবে যথেষ্ট মহত্বপূৰ্ণ. )